সোণসোণ-পানী চৰোৱা

সোণ-পানী চৰা (Assamese) [ Roman: xo`n-pa.ni so.ra]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-09-02
1. (Verb-Trans.) to cover a surface with a thin layer of gold or a substance that looks like gold. ৰূপ আদি অইন ধাতুৰ অলঙ্কাৰৰ বা পাত্ৰৰ ওপৰত গলোৱা সোণ দি ঢাক্ বা সোণৰ পানী সনা কাৰ্য্য৷